Breaking

এছিয়ান বক্সিং চেম্পিয়নশ্বীপত অসমৰ শিৱ থাপাই জয় কৰিলে ৰূপৰ পদক।এই সফলতাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জনাইছে বক্সাৰগৰাকীক।

0 2,035

আইবা এছিয়ান বক্সিং চেম্পিয়নশ্বীপত অসমৰ শিৱ থাপাই জয় কৰিলে ৰূপৰ পদক।এছিয়ান বক্সিঙৰ ৬৪ কেজি শাখাত ৰূপৰ পদক লাভ শিৱ থাপাৰ।ডুবাইত চলি থকা চেম্পিয়নশ্বীপৰ ফাইনেলত মংগোলীয়ান বক্সাৰৰ হাতত পৰাস্ত হয় শিৱ।মংগোলীয়ান বাটাৰচুক চিনজোৰিগৰ হাতত পৰাস্ত হয় শিৱ থাপা।২০১৩ চনৰ পৰা পাঁচবাৰ এছিয়ান বক্সিং চেম্পিয়নশ্বীপত পাঁচটা পদক জয় কৰিছে শিৱ থাপাই।শিৱ থাপাৰ এই সফলতাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জনাইছে বক্সাৰগৰাকীক।

Leave A Reply