সন্তোষ ট্ৰফীৰ চেম্পিয়নত অসম সন্তান ! ছৌদি আৰবৰ সন্তোষ ট্ৰফীৰ চেম্পিয়ন কৰ্ণাটকৰ হৈ খেলিলে মৰিগাঁৱৰৰ সত্যজিৎ বৰদলৈয়ে। শনিবাৰে উক্ত খেলখনিৰ সামৰণি পৰে। ফাইনেলত মেঘালয়ক ৩-২ গ’লত পৰাস্ত কৰে কৰ্ণাটকৰ গ’লকীপাৰ হিচাপে খেলিলে মৰিগাঁৱৰ সত্যজিৎ বৰদলৈয়ে।

সন্তোষ ট্ৰফীৰ চেম্পিয়ন দল কৰ্ণাটকৰ গ’লকীপাৰ সত্যজিৎ বৰদলৈয়ে ছিনিয়ৰ ভাৰতীয় দলৰ হৈ খেলাৰ পূৰ্ণ সম্ভাৱনা আছে।
