Breaking

কাইলৈ ​​মিজোৰাম আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচন…

0 60

নিৰ্বাচন ২০২৩ সংবাদ: মিজোৰাম আৰু ছত্তীশগড়ৰ ৰাইজৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত। কাইলৈ (৭ নৱেম্বৰ) মিজোৰাম আৰু ছত্তীশগড়ত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আজি মুখ্যমন্ত্ৰী অশোক গেহলটে মনোনয়ন দাখিল কৰিব। ১১ বজাত চৰ্দাৰপুৰা বিধান সভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিব ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। মনোনয়নৰ সময়ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেও উপস্থিত থাকিব। কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়নৰ সময়ত সেই দলৰ ৰাষ্ট্ৰীয় সভাপতি উপস্থিত থাকিব প্ৰথমবাৰৰ বাবে।

ৰাজস্থান নিৰ্বাচন ২০২৩ঃ ৰাজস্থানত আম আদমী পাৰ্টিৰ প্ৰাৰ্থীৰ পঞ্চম তালিকা প্ৰকাশ। সোমবাৰে (৬ নৱেম্বৰ) প্ৰকাশ পোৱা এই তালিকাত ২ জন প্ৰাৰ্থীৰ নাম আছে।

Leave A Reply