November 1, 2023 ডিগবৈৰ বালিজান খ্ৰীষ্টানবস্তিত তেল পৰিবাহী পাইপ ফুটি অহৰহ নিৰ্গত তেল… Share FacebookTwitterWhatsAppTelegramKooEmail ডিগবৈৰ বালিজান খ্ৰীষ্টানবস্তিত অঘটন। OILৰ তেল পৰিবাহী পাইপ ফুটি অহৰহ নিৰ্গত তেল। নিশাৰ পৰা তেল নিৰ্গতক লৈ অঞ্চলজুৰি আতংক। ঘটনাস্থলীত উপস্থিত OILৰ সুৰক্ষাকৰ্মীৰ দল। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026