তামুলপুৰৰ বানগুৰীত মটঙা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে এখন বাঁহৰ দলং।
ৰঙিয়া-ভূটান ঘাইপথ সংযোগী দলংপাৰ-ৰামেচুবুৰী-নাগ্ৰিজূলী পথৰ মটঙা নদীত থকা বাঁহৰ দলং উটুৱাই নিলে নদীৰ বাঢ়নী পানীয়ে৷
বিগত বাৰিষাৰ বানে পকী দলং খন বিধস্ত কৰাত পথটোৰে যাতায়ত কৰা কেবাখনো গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি সাজি লৈছিল বাঁহৰ দলং খন।
সেইখনো মটঙা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে।