২০২৬ৰ ১৭ নৱেম্বৰলৈ শুভ দশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২০২১ৰ ১০ মে’ত শপত গ্ৰহণৰ ক্ষণ গণনা অনুসৰি এই বৰ্ষফল গণনা।

বৰপেটা সত্ৰত আজি দৈৱজ্ঞই পাঠ কৰে মুখ্যমন্ত্ৰীগৰাকীৰ বৰ্ষফল। মুখ্যমন্ত্ৰীৰ কৰ্মস্থানত বৃহস্পতি অৱস্থান কৰিছে।

ইয়াৰ ফলত অসম সমৃদ্ধিশালী হ’ব আৰু সম্পদ বৃদ্ধি হ’ব। বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ।