Breaking

আমেৰিকাৰ লুইষ্টন চহৰত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ, নিহত ২২ জন…

0 57

আমেৰিকাৰ লুইষ্টন চহৰত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ।


বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীত নিহত ২২।


৬০জনতকৈও অধিক লোক আহত।


সংকটজনক অৱস্থাত ২০জনৰো অধিক লোক।

Leave A Reply