Breaking

আমিনগাঁৱৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত পক্ষাঘাতগ্ৰস্তক এম্বুলেন্সত তুলি আনিলে কাৰ্যালয়লৈ…

0 36

আমিনগাঁৱৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত হৃদয় বিদাৰক দৃশ্য! চৰকাৰী কাৰ্যালয়ত মানৱীয়তাৰ সীমা চেৰোৱা ঘটনা।

পক্ষাঘাতগ্ৰস্তক এম্বুলেন্সত তুলি আনিলে কাৰ্যালয়লৈ। পক্ষাঘাতগ্ৰস্ত গোবিন্দ দাসে গাঁৱৰে এজনক বিক্ৰী কৰিছিল ভূমি।

ভূমি বিক্ৰীৰ নথি প্ৰস্তুতৰ বাবে এইদৰে অনা হ’ল উপ-পঞ্জীয়কৰ কাৰ্যালয়লৈ। ৫ বছৰ ধৰি শয্যাশায়ী উত্তৰ গুৱাহাটীৰ লেঙাৰ গোবিন্দ দাস।

Leave A Reply