Breaking

‘ কা’ ৰ প্ৰতিলিপি দাহেৰে মৰিয়নিত আটছাৰ উত্তাল প্ৰতিবাদ…

0 34

‘ কা’ ৰ প্ৰতিলিপি দাহেৰে মৰিয়নিত আটছাৰ উত্তাল প্ৰতিবাদ, কাটনীবাৰিৰ সমিপত যোৰহাট মৰিয়নি পথত শতাধীক আটছাৰ কৰ্মকৰ্তাই জ্বলালে কা’ৰ প্ৰতিলিপ। মৰিয়নিত জ্বলিল ‘কা’ আইনৰ প্ৰতিলিপি ৷ মৰিয়নিত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ আটচা আৰু আটচাৰ মহিলা সংগঠন অটুৱাৰ ।

দেশত কালিৰে মাজ নিশাৰ পৰা বলৱৎ হোৱা কা আইন বাতিলৰ দাবীত মৰিয়নি যোৰহাটৰ ৰাজপথৰ কাটনিবাৰী বাগিচাৰ সমীপত উত্তাল প্ৰতিবাদ ৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহ মন্ত্ৰী অমিত শ্বাহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূর্দাবাদ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

Leave A Reply