Breaking

ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ হিন্দু যুৱকে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম…

0 110

মায়ঙৰ এজন হিন্দু যুৱকে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম।

যুৱক জনৰ নাম আছিল পৰিমল মল্লিক

ইছলাম গ্ৰহণ কৰি নাম ৰাখিলে পৰিমল আলী।

ইছলাম ধৰ্ম শান্তিৰ প্ৰতীক ইছলামৰ নীতি আদৰ্শ প্ৰতি আকৃষ্ট হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে বুলি মত প্ৰকাশ যুৱকজনৰ।

ঘটনাৰ বিৱৰণী অনুযায়ী মৰিগাঁৱৰ ২নং গুনামাৰা গাঁৱৰ বাসিন্দা ৰমাকান্ত মল্লিকৰ পুত্ৰ পৰিমল মল্লিকে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে গ্ৰহণ কৰে ইছলাম ধৰ্ম।

মায়ঙৰ পৰা বিষেকৰ প্ৰতিবেদন

Leave A Reply