Breaking

তিতাবৰৰ বিজয়পুৰত বন্যহস্তীৰ আক্ৰমণত অতুল কলিতা নামৰ এজন বনকৰ্মী নিহত…

0 149

তিতাবৰৰ বিজয়পুৰত বন্যহস্তীৰ আক্ৰমণত অতুল কলিতা

নামৰ এজন বনকৰ্মী নিহত হয়। বন্যহস্তীৰ আক্ৰমণত আহত হয় আন ৩ জন বনকৰ্মী।

আহত বনকৰ্মীকেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷

Leave A Reply