দৈনন্দিন বাৰ্তা

30628 POSTS

Exclusive articles:

বহিঃৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু : পতিৰ নশ্বৰদেহ দাহনৰ পূৰ্বে অন্তঃ সত্তা পত্নীক প্ৰসৱ কৰাবলৈ লৈ যোৱা হৈছে চিকিৎসালয়ত।

তামুলপুৰ ঃ বিশ্বজুৰি কৰ’ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে  তামুলপুৰৰ এটি দুখীয়া পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা । জানিব পৰা মতে লক ডাউনৰ পূৰ্বে তামুলপুৰ...

অনাহাৰী সকলক দুপুৰীয়া এসাজ বিতৰণ কৰিলে শিলাদিত্য দেৱে ।

লংকা  কৰ'ণা মহামাৰী ফলত সমগ্ৰ ভাৰতৰ লগতে অসমতো বলৱত  থকা লকডাউনৰ ফলত বিশেষ কৈ পথচাৰী,  মগনীয়া,  অনাহাৰী  লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছিল।...

অভিনেতা পৰেশ গোস্বামীক প্ৰদান কৰা হ’ল ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা ৷

দৰঙৰ পৰা জয়দেৱ ডেকা :   অসমৰ মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা পৰেশ গোস্বামীক প্ৰদান কৰা হ'ল ২০১৯-২০ বৰ্ষৰ প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা ৷ বিগত বৰ্ষত...

মাজুলীত এন এম অ’, এবিভিপি, সেৱা ভাৰতীৰ ৰক্তদান শিৱিৰ ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন  : নেচনেল মেডিক'জ অৰ্গেনাইজেচন চমুকৈ এন এম অ'ৰ উদ্যোগত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মাজুলী জিলা আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত আজি ৩১...

আইডিয়া মবাইল নেটৱৰ্কিং কোম্পানী বন্ধ !

নগাঁও পৰা এ জে আকন্দ‌ " আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল"- এই আপ্ত বাক্য শাৰি প্ৰযোজ্য হৈছে আইডিয়া নামৰ মবাইল নেটৱৰ্কিং কোম্পানীৰ ক্ষেত্ৰত। "আইডিয়া" কোম্পানীৰ ছীম...

Breaking

‘Advantage Assam2.0’। ‘এডভেন্টেজ অসম২.০’ৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা

'Advantage Assam2.0'। অসমত উদ্যোগ স্হাপনৰ বাবে বিনিয়োগকাৰী সকলক আকৰ্ষিত কৰাৰ বাবে অহা বছৰৰ ২৪ আৰু ২৫ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য 'এডভেন্টেজ অসম ২.০'ৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয়।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব লগা এই সন্মিলনৰ যাৱতীয় প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত উদ্যোগ ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ পৰা উদ্যোগ মন্ত্ৰী বড়াই বুজ লয়।

Sports: বিৰাট-ৰোহিতৰ ভৱিষ্যতকলৈ বিস্ফোৰক অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কৰ

অষ্ট্ৰেলিয়া ভ্ৰমণৰ শেষত টেষ্ট শৃংখলা হ’ব পাৰে শেষ টেষ্ট...

Horoscope: শুক্ৰ আৰু ৰাহুৰ মিলনত ৩ ৰাশি আৰু সৌভাগ্য

সকলো গ্ৰহেই নিয়মীয়াকৈ স্থান সলনি কৰি থাকে। যাৰ প্ৰভাৱ...

Feature: আপুনি কিমান ঘন্টা শুৱে…চাওক সবিশেষ

মানসিক চাপ, অনিদ্ৰা এনে এটা অৱস্থা যেতিয়া এজন ব্যক্তিয়ে...
spot_imgspot_img