চিলাপথাৰ কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ত ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীৰ সজাগতামূলক পদ যাত্ৰা…

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ সংখ্যক বৰ্ষপুতি উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীৰ বহল প্ৰচাৰৰ উদ্দেশ্যেলৈ চিলাপথাৰ কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ তৰফৰ পৰা আজি বাহিৰ কৰা হয় এক বিশাল পদ যাত্ৰা।

কেন্দুগুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা দুৰ্গম পথেৰে প্ৰায় ৫০০ মিটাৰ পদ যাত্রাৰে বাহিৰ কৰে এই দেৱী । ৰেলীত ডেৰ শতাধিক ছাত্র ছাত্রী অভিভাৱক – অভিভাৱিকা , শিক্ষক- শিক্ষত্ৰীয়ে আৰু স্হানীয় লোকে অংশগ্ৰহণ কৰে।

Related Articles