Breaking

ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ সজাগতা কাৰ্যসূচী

0 22

১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেমম্বৰলৈ পোষন মাহ উপলক্ষে ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সজাগতা কাৰ্যসূচী আজি ৰূপায়নৰ কৰা হয় ।

সমগ্ৰ দৰং জিলাৰ লগতে ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত দুমুনিচকীতো এই কাৰ্যসূচী । পুষ্টি ৰথ মাতৃ ৰথ শক্তি ৰথ শীৰ্ষক যাত্ৰাৰে দুমুনিচকী দিপীলা পথৰ পৰা ছিপাঝাৰ অভিমুখে যাত্ৰা হয় বাহন কেইখন ।

ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত দুমুনিচকী অঞ্চলৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে পুষ্টি সম্পৰ্কীয় গীত মাত তথা পূজা অৰ্চনাৰে আদৰনি জনায় পুষ্টি ৰথৰ সজাগতা উদ্দেশ্যে বাহন কেইখনক ।

ৰেজেক আহমেদৰ প্ৰতিবেদন

Leave A Reply