ব্ৰিটিছ সংসদৰ হাউছ অব্ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে আয়েশা হাজৰিকা৷ ১৯৭৫ চনত স্কটলেণ্ডতে জন্মগ্ৰহণ কৰা আশেয়া হাজৰিকা এগৰাকী সাংবাদিক, ৰাজনৈতিক বিশ্লেষক তথা লেবাৰ পাৰ্টিৰ প্ৰাক্তন ৰাজনৈতিক উপদেষ্টা৷

প্ৰথম গৰাকী ব্ৰিটিছ ইণ্ডিয়ান হিচাপে ব্ৰিটিছ সদনলৈ মনোনীত হৈছে ব্ৰিটেইনৰ জনপ্ৰিয় ব্ৰডকাষ্টাৰ আয়েশা হাজৰিকা।