Babu Asoni Scheme: ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে আৰম্ভ হ’ব বাবু আঁচনি

ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে আৰম্ভ হ’ব বাবু আঁচনি।(Babu Asoni Scheme)

‘বাবু আঁচনি’ৰ অধীনত স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীয়ে পাব।

পোষ্ট গ্ৰেজুৱেট শিক্ষাৰ্থীলৈ মাহিলী ২হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী ১০০০ টকাকৈ সুবিধা।

৪ লাখ টকাৰ উপাৰ্জন কম হ’লেহে লাভ কৰিব এই সুবিধা।

ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

ফেব্ৰুৱাৰীৰ পৰা ‘বাবু আঁচনি’ৰ অধীনত স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীয়ে প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীয়ে প্ৰতিমাহে লাভ কৰিব ১,০০০ টকাকৈ

Related Articles