Breaking

বৰপেটা নিচুকাত উচ্ছেদিত পৰিয়ালৰ কাষত বদৰুদ্দিন আজমল

0 69

বৰপেটা জিলা নিচুকাত প্ৰশাসনয়ে ৮৫ টা পৰিয়ালক উচ্ছেদ কৰিছিল।এআই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমল নিদেৰ্শ মৰ্মে বৰপেটা জিলাৰ এআই ইউ ডি এফৰ দলৰ সভাপতি সম্পাদক সৰভোগ সমষ্টিৰ এআই ইউ ডি এফ দলৰ সভাপতি মহিৰ উদ্দিন মন্ডলৰ লগতে কৰ্মীসকলে ৮৫ টা পৰিয়ালক এমাহৰ খাদ্য সামগ্ৰীৰ লগতে ঠাণ্ডা বতৰৰ বাবে দুখনকৈ কম্বল বিতৰণ কৰে।

উচ্ছেদিত পৰিয়ালক দমকল লাগিলে বদৰুদ্দিন আজমলে দমকলৰ যোগান ধৰিব বুলি উল্লেখ কৰে।

বৰপেটা জিলা এআই ইউ ডি এফ দলৰ সম্পাদকে দলৰ সভাপতি বদৰুদ্দিন আজমলৰ সৈতে ৰাইজৰ লগত ভিডিঅ’ ফোনৰ যোগে ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লয়।

দলৰ সভাপতি বদৰুদ্দিন আজমলে বৰপেটাত উচ্ছেদিত এলেকা পৰিদৰ্শন কৰি ৰাইজৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয় ।

সৰভোগৰ পৰা ৰমিজ তালুকদাৰৰ প্ৰতিবেদন

Leave A Reply