February 22, 2021 আজিৰে পৰা পুনৰ আৰম্ভ জম্মু-কাশ্মীৰৰ বানিহাল বাৰামুল্লা ৰে’ল সেৱা Share FacebookTwitterWhatsAppTelegramKooEmail আজিৰে পৰা জম্মু-কাশ্মীৰৰ বানিহাল বাৰামুল্লা ৰে’ল সেৱা পুনৰ আৰম্ভ হ’ব। উল্লেখযােগ্য যে যােৱা ১১মাহ ধৰি এই ৰে’লসেৱা বন্ধ হৈ আছিল। উত্তৰ ৰে’লৱেৰ মুখ্য আঞ্চলিক প্ৰৱন্ধক ছাকিব ইউছুফে সংবাদদাতাক এই বিষয়ে জানিবলৈ দিয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles Lovlina Borgohain: আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ অসম কন্যা লাভলীনা বৰগোঁহাইৰ দৈনন্দিন বাৰ্তা - February 8, 2026 Gaurav Gogoi: আজি ফাদিল হ’ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য দৈনন্দিন বাৰ্তা - February 8, 2026 বিশিষ্ট নাট্যকাৰ নাট্যকর্মী ৰফিকুল হুছেইনৰ দেহাৱসান দৈনন্দিন বাৰ্তা - February 8, 2026