কানাড়া সাহিত্যিক বানু মুস্তাকলৈ ২০২৫ বৰ্ষৰ ‘আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা’।(Banu Mushtaq)
কানাড়া গল্প সংকলন হাৰ্ট লেম্পৰ বাবে বুকাৰ বঁটা লাভ বানু মুস্তাকৰ।(Kannada)
মঙলবাৰে লণ্ডনৰ টেট মডাৰ্ণত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা লাভ কৰে বানু মুস্তাকে।
কানাড়া সাহিত্য প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিছে বানু মুস্তাকে।
কৰ্ণাটকৰ মুছলমান মহিলাৰ দৈনন্দিন জীৱনক সুন্দৰভাৱে প্ৰতিফলন কৰা ১২টা চুটিগল্পৰ সংকলন বানু মুস্তাকৰ হাৰ্ট লেম্প। অৰ্থাত দক্ষিণ ভাৰতৰ মুছলমান মহিলা আৰু যুৱতীসকলৰ দৈনন্দিন জীৱন আৰু সংগ্ৰামৰ প্ৰতিফলন হৈছে হাৰ্ট লেম্পত।