Breaking

ৰাজপথত বাইক চালকৰ ৰূপত বৰপেটাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক …

0 35

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে । হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচী ৷ ৰাজপথত বাইক চালকৰ ৰূপত বৰপেটাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷বৰপেটা আৰক্ষীৰ উদ্যোগত চি আৰ পি এফৰ ।

১০ নং বেটেলিয়ন আৰু বৰপেটা আৰক্ষীৰ বাইক ৰেলী ৷হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতাৰে বৰপেটা আৰক্ষীৰ নেতৃত্ব বাইক ৰেলী ৷উপায়ুক্ত আয়ুস গাৰ্গ আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ ৷

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপায়ুক্ত আয়ুস গাৰ্গে ফ্লেগ অফ কৰে বাইক ৰেলীৰ ৷আৰক্ষী আৰু চি আৰ পি এফৰ লগতে বৰপেটা ৰাইডাৰ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্য সকলেও অংশ গ্ৰহণ কৰে এই বাইক ৰেলীত ৷

Leave A Reply