কন্যাৰ নাম ৰাজহুৱা কৰিলে ভাস্কৰ-বৰষাই।(Barsha Rani Bishaya)

২৩ ডিচেম্বৰত বৰষা ৰাণী বিষয়াৰ কোলা শুৱনি কৰিছিল মৰম লগা কন্যা সন্তানে । বৰষা ৰাণী মাতৃ হোৱাৰ খবৰে সকলোকে আনন্দিত কৰিছিল। সামাজিক মাধ্যমযোগে বৰষা-ভাস্কৰক অনুৰাগীয়ে শুভেচ্ছা জনাইছিল। শেহতীয়াকৈ বৰষা ৰাণী বিষয়াই সামাজিক মাধ্যমত কন্যাৰ নাম আৰু ফটো শ্বেয়াৰ কৰিছে।

ৰাজহুৱা কৰিলে কন্যাৰ ফটো।

অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ কন্যাৰ নাম ৰাখিলে আদিত্ৰী বৰুৱা।


