Barsha Rani Bishaya Child: সামাজিক মাধ্যমত কন্যাৰ ফটো শ্বেয়াৰ কৰিলে ভাস্কৰ-বৰষাই

আজি গোসাঁই বিহু।(Barsha Rani Bishaya Child)

ব’হাগতে কন্যাৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ভাস্কৰ-বৰষাই।

জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ কন্যাৰ নাম আদিত্ৰী বৰুৱা।

২০২৫ৰ প্ৰাকক্ষণত বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ জীৱনলৈ আহিছিল কন্যা সন্তান আদিত্ৰী বৰুৱা।

Related Articles