Batadraba: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা।(Batadraba)

বটদ্ৰৱাৰ নৱ-নিৰ্মিত পৱিত্ৰ স্থানত যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শন।

হিন্দী গানৰ তালে তালে নাচি ৰীলছ বনালে এগৰাকী যুৱতী।

শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰত হিন্দী গীতৰ তালে তালে যুৱতীৰ উদ্দাম নৃত্য ।

বিশ্বৰ সৰ্বোচ্চ গুৰু আসন আৰু দেৱবাদ্য, খোলৰ সন্মুখত কৰা উদ্যম নৃত্যক।

ইয়াছমিনা বেগম নামৰ যুৱতীৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৰ্বত্ৰ।

সামাজিক মাধ্যমত দৃশ্য ভাইৰেলৰ পাছতেই যুৱতীগৰাকীয়ে বিচাৰিলে ক্ষমা।

Related Articles