Breaking

সাৱধান! শীতল পানীয় সৈতে চ্যুইংগাম খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা…

0 61

সাৱধান! শীতল পানীয় সৈতে চ্যুইংগাম খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা। যদি আপুনিও ডায়েট ক’ক, আইচক্ৰীম আৰু চ্যুইংগামৰ প্ৰতি আসক্ত, তেন্তে এই সমূহ ত্যাগ কৰিবলৈ চেষ্টা কৰক। কাৰণ গৱেষণাত প্ৰকাশ পাইছে এই ভয়ানক তথ্য। গৱেষণাত দাবী কৰা হৈছে যে এইবোৰ সেৱন কৰিলে কেন্সাৰৰ দৰে বিপদজনক ৰোগ হোৱাৰ সম্ভাৱনা।ডায়েট ক’ক, ডায়েট চ’ডা আৰু চ্যুইংগামত এছপাৰটেম বহুলভাৱে ব্যৱহাৰ কৰা হয়। এছপাৰটেম হৈছে এক প্ৰকাৰৰ কৃত্ৰিম মিঠা।

বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষণাৰ মতে এছপাৰটেম এবিধ কাৰ্চিনোজেন, অৰ্থাৎ ই শৰীৰৰ কেন্সাৰ কোষৰ সূচনা কৰিব পাৰে। যোৱা বছৰ ফ্ৰান্সৰ এক লাখতকৈ অধিক লোকৰ ওপৰত এছপাৰটেমৰ প্ৰভাৱ সম্পৰ্কে গৱেষণা কৰা হৈছিল। এই গৱেষণাত প্ৰকাশ পাইছে যে কৃত্ৰিম মিঠাই ব্যৱহাৰ কৰা লোকৰ কৰ্কট ৰোগৰ সম্ভাৱনা বেছি।

Leave A Reply