November 10, 2023 ‘Lachit The Warrior’লৈ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান… Share FacebookTwitterWhatsAppTelegramKooEmail ‘Lachit The Warrior’লৈ আন এক সন্মান। ইন্দো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে লাভ কৰে শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান। DIG পাৰ্থসাৰথি মহন্তৰ ছবি ‘Lachit The Warrior’। Author: দৈনন্দিন বাৰ্তা Related Articles Srinivasa Rao: প্ৰবীণ তেলেগু অভিনেতা তথা প্ৰাক্তন বিজেপি বিধায়ক শ্ৰীনিবাস ৰাওৰ দেহাৱসান দৈনন্দিন বাৰ্তা - July 13, 2025 Rashmika on Deepika’s debate rection: দীপিকা পাডুকনৰ ৮ঘণ্টীয়া কামৰ দাবীক প্ৰতিক্ৰিয়া ৰশ্মিকা মাণ্ডন্নাৰ? দৈনন্দিন বাৰ্তা - July 13, 2025 Challenges After Marriage: বিবাহৰ কেইবছৰমানৰ পিছতহে আৰম্ভ হয় প্ৰকৃত কাজিয়া, ৩টা সমস্যাৰ সন্মুখীন হয় দম্পতী ! দৈনন্দিন বাৰ্তা - July 12, 2025