Breaking

সাৱধান! ভংয়কৰ ৰূপত আহিছে মাংকিপক্স

0 1,140

ক’ভিডৰ পাছত এইবাৰ মাংকিপক্সৰ আতংক

মাংকিপক্সক লৈ সতৰ্কবাণী জাৰি কৰিছে WHOয়ে

কেইবাখনো দেশত দ্ৰুতগতিত বিয়পিছে এই মাংকিপক্স ৰোগ

যিমানেই গৰম বৃদ্ধি হ’ব সিমানেই এই ৰোগ বৃদ্ধি পাব বুলি সতৰ্কবাণী দিছে WHOয়ে

অতি কম সময়তে এজনৰ পৰা আন এজনলৈ সংক্ৰমণ হয় এই ৰোগ

ইউৰোপীয় দেশসমূহত ব্যাপক হাৰত বৃদ্ধি পাইছে এই ৰোগ

ফ্ৰান্স, বেলজিয়াম, জাৰ্মানী, ইটালী, নেডাৰলেণ্ডত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা

পৰ্তুগাল, স্পেইন, ছুইডেন, ব্ৰিটেইনতো বৃদ্ধি পাইছে মাংকিপক্স

সংক্ৰমিত ব্যক্তিৰ কাপোৰ বা অন্য সামগ্ৰীৰ পৰা বিয়পিব পাৰে এই ৰোগ

Leave A Reply