Breaking

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস বিষ্ণুপুৰ মণ্ডলৰ উদ্যোগত…

0 52

আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিষ্ণুপুৰ মণ্ডলৰ অন্তৰ্গত আটাইকেইটা ৱাৰ্ডত পতাকা উত্তোলন কৰাৰ লগতে বিষ্ণুপুৰ মণ্ডলৰ বিষয় ববীয়া আৰু মৰ্চাৰ সভাপতি সকল আৰু পাৰিষদ সকল ক্ৰমে শংকৰ চক্ৰৱৰ্তী ব্ৰীজেশ ৰয় গৌৰগোপাল মণ্ডল সঞ্জীৱ দেৱ মণ্ডলৰ উপ-সভাপতি অৰুপ গোস্বামী কিশোৰ মিত্ৰ ইভামণ্ডল ৰীতা পাল আৰু সাধাৰণ সম্পাদক বাবুল ৰাজবংশী আৰু ভৱেশ সৰকাৰৰ উপস্থিতিত বিষ্ণুপুৰ মণ্ডল সভানেত্ৰী কৃষ্ণা দাসে প্ৰতিষ্ঠা দিবসৰ পতাকা উত্তোলন কৰি বন্তি প্ৰজ্বলনৰে প্ৰতিষ্ঠা দিৱসৰ কেক কাটে সভানেত্ৰী কৃ্ষ্ণা দাস আৰু জি এম ডি ৰ উপাধ্যক্ষ মুকুতা ডেকা ৷

উক্ত কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাৱান কৰ্মী সমাজ সেৱক বাবুল চক্ৰৱৰ্তী অভয় ঘোষাল গৌৰ ৰয় নৱদুলাল ৰয় ৰাধিকা ৰয় আৰু দুলু ৰয়ক সম্বৰ্দ্ধনা জনাই সভানেত্ৰী কৃ্ষ্ণাদাসে ৷ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিষ্ণুপুৰ মণ্ডলৰ অন্তৰ্গত বুথ সভাপতি সকলে নিজৰ নিজৰ পতাকা উত্তোলন কৰে আৰু সহযোগ কৰে শক্তিকেন্দ্ৰ সমুহে ৷ লগত পদযাত্ৰা কাৰ্যসূচীৰে সামৰণি পৰে বুলি সাধাৰণ সম্পাদক বাবুল ৰাজবংশীয়ে প্ৰেছ বিজ্ঞপ্তী যোগে জনাই ৷

Leave A Reply