Breaking

হৃদৰোগত আক্ৰান্ত হৈ সোণাৰি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ভাস্কৰ বৰুৱাৰ আকস্মিক মৃত্যু…

0 78

সোণাৰি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ভাস্কৰ বৰুৱাৰ আকস্মিক মৃত্যু।

শনিবাৰে নিশা হঠাৎ অসুস্থ হোৱাত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

হৃদৰোগত আক্ৰান্ত হৈ যুৱনেতাগৰাকীৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে চিকিৎসকে৷

Leave A Reply