আজি বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২,৭৫,০০০ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।

এই বদান্যতাৰ বাবে তেখেতলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।