Breaking

বিহাৰত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন আৰু তাৰ পিছতে আছে অৰুণাচল প্ৰদেশ আৰু ৰাজস্থানঃ শিক্ষা মন্ত্ৰালয়

0 53

শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশৰ ভিতৰতে বিহাৰৰ (৬১.৮%) সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন, অৰুণাচল প্ৰদেশ (৬৫.৩%) আৰু ৰাজস্থান (৬৬.১%)।

মন্ত্ৰালয়ে লগতে কয় যে কেৰালাত সৰ্বাধিক সাক্ষৰতাৰ হাৰ (৯৪%), তাৰ পিছতে আছে লক্ষদ্বীপ (৯১.৮৫%) আৰু মিজোৰাম (৯১.৩৩%)।

ইয়াৰ উপৰিও ভাৰতৰ গ্ৰাম্য অঞ্চলত সাক্ষৰতাৰ হাৰ ৬৭.৭৭%, নগৰ অঞ্চলত ৮৪.১১%।

Leave A Reply