Breaking

বিজনীৰ বান আৰু গৰাখহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

0 29

বিজনী সমষ্টিৰ অন্তৰ্গত গুণ্ডামৰা, বাঘৰগাঁও , ১ নং বিষ্ণুপুৰ, ২ নং বিষ্ণুপুৰ, আদি অঞ্চলত নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰি উপস্থিত জলসম্পদ বিভাগৰ বিষয়া সকলৰ সৈতে এই অঞ্চল সমূহৰ প্ৰতিৰোধৰ বাবে হাতত লোৱা কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

জলসম্পদ বিভাগে এই খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে ব্যৱস্থা হাতত লৈছে।

এই পৰিদৰ্শনৰ সময়ত বিধায়ক অজয় কুমাৰ ৰয় , আৰক্ষী অধীক্ষক লোকনিৰ্মাণ(পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা ,ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ জি.এম প্ৰণৱ কুমাৰ বৰ্মন সমাজ কৰ্মী অৰূপ নাথ তথা জিলা প্ৰশাসন আৰু জলসম্পদৰ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply