অজ্ঞাত স্থানৰ পৰা নিশা ফেচবুকত প’ষ্ট বিকাশ অসমৰ।(Bikash Axom)
৭ পৃষ্ঠাজোৰা চিঠি বিকাশ অসমৰ।
পলাতক বিকাশ অসমৰ বিস্ফোৰক চিঠি।
চিঠিখনত বিকাশ অসমে সময় আহিলে নিজেই ধৰা দিয়াৰ কথা উল্লেখ কৰিছে।
অসম চৰকাৰৰ গৃহ বিভাগ তথা অসম পুলিচে মিছা কষ্ট কৰিব নালাগে বুলি কৈছে।
চিঠিত বিনা দোষত চৰকাৰৰ ৰোষত পৰা বুলি উল্লেখ কৰিছে।
পলাতক বিকাশ অসমৰ বিস্ফোৰক চিঠি।
বিগত কেইবাটাও দিন পলাতক হৈ আছে বীৰ লাচিত সেনাৰ বহিস্কৃত নেতা বিকাশ অসম।
লগতে বিকাশ অসমে চিঠিত উল্লেখ কৰে যে তেওঁ ধনদাবী কৰি কাকোৱেই পত্ৰ দিয়া নাই।
‘স্বৰ্গৰথৰ বাবেহে শুভাকাংক্ষীলৈ প্ৰেৰণ কৰা কেইখনমান পত্ৰ আৰক্ষীয়ে জব্দ কৰিছে বুলি উল্লেখ কৰিছে চিঠিখনত’।
‘সংবাদ মাধ্যমত প্ৰচাৰিত হৈ থকাৰ দৰে কাকোৱেই ১০-২০লাখ টকা দাবী কৰা নাই বুলি প্ৰত্যাহ্বান জনাইছে বিকাশ অসমে’।
বিকাশ অসমে ৭পৃষ্ঠা জোৰা চিঠি লিখি নিজৰ সামাজিক মাধ্যমত আপলোড কৰিছিল।
তাৰ পিছত তেওঁ প্ৰায় ৩০মিনিট সময় ধৰি সামাজিক মাধ্যমত সক্ৰিয় হৈ আছিল বিকাশ অসম।
বিকাশ অসমে লিখা চিঠি সমূহ হৈছে-








