দেৰগাঁৱৰ ফুকন নগৰত নিশা শোকাৱহ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা বাইক আৰোহীৰ।

দুৰ্ঘটনাত দেৰগাঁৱৰ দুই যুৱকৰ কৰুণ মৃত্যু৷
দুৰ্ঘটনাৰ স্থানতেই থিতাতে মৃত্যু জিজ্ঞাছ নামৰ এজন যুৱকৰ।
আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে সঞ্জয় বৰা নামৰ আনজন যুৱকৰ।
দুজনকৈ যুৱকৰ মৃত্যুত এতিয়া দেৰগাঁৱত শোকৰ ছাঁ।