August 27, 2024 নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চৰাইদলনিৰ বীণা নেওগৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী চৰাইদলনিৰ বীণা নেওগ। ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলাগৰাকীৰ। বিগত এমাহত নাৰায়ণপুৰত JEত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজনৰ। Author: দৈনন্দিন বাৰ্তা Related Articles Assam down town University Hosts “EduElevate 2.0” to Empower Northeast Educators and Institutions! দৈনন্দিন বাৰ্তা - December 6, 2025 অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত আঠ ঘণ্টাত এক লাখ ন হাজাৰ টকাৰ গ্ৰন্থ বিক্রী । Book Fair দৈনন্দিন বাৰ্তা - December 6, 2025 নগাঁও – বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ । Rupak Sarmah , MLA দৈনন্দিন বাৰ্তা - December 5, 2025