Binita Chetry: বিশ্বমঞ্চত জিলিকিল কণমানি বিনীতা ছেত্ৰী

বিশ্বমঞ্চত জিলিকিল কাৰ্বি আংলং জিলাৰ বোকাজানৰ কণমানি বিনীতা ছেত্ৰী।(Binita Chetry)

‘aha Dance Ikon Season-2’ৰ গ্ৰেণ্ড ফিনালেত বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বিনীতাই।


বিনীতাৰ নৃত্য প্ৰতিভাই সকলোকে মন্ত্ৰমুগ্ধ কৰিছে৷ (karbi anglong)

হায়দৰাবাদত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান।

Related Articles