APSC পৰীক্ষাৰ ফলাফলত নিৰ্বাচিত তামুলপুৰৰ বীৰবল ব্ৰহ্ম আৰু ক্ৰান্তি দেৱী

APSC পৰীক্ষাৰ ফলাফলত BDO পদত ৩৩ নং স্থানত নিৰ্বাচিত হৈছে তামুলপুৰৰ বগাজুলিৰ বীৰবল ব্ৰহ্ম ৷ পূৰ্বে কৰ পৰিদৰ্শক হিচাপে উত্তীৰ্ণ হৈ বৰ্তমান কৰ পৰিদৰ্শক পদত কৰ্মৰত বীৰবল ব্ৰহ্ম।

আনহাতে তামুলপুৰ জিলাৰ ভোলাঝাৰৰ ক্ৰান্তি দেৱীয়ে ২৯ নং স্থানেৰে ACS বিষয়া ৰূপে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে।

Related Articles