ৰাজস্থানত বিজেপিৰ প্ৰাৰ্থী সমৰামৰ ১৩,০৯৪টা ভোটৰ ব্যৱধানত জয়লাভ…

ৰাজস্থানত বিজেপিৰ প্ৰাৰ্থী সমৰামৰ জয়লাভ।

১৩,০৯৪টা ভোটৰ ব্যৱধানত জয়ী সমৰাম। ১৪৭নং পিন্দৱাৰা আবু সমষ্টিৰ প্ৰাৰ্থী সমৰাম।

বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৭০,৬৪৭টা ভোট।

Related Articles