BJP: আজিৰে পৰা ৰাজ্যিক বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহক বৈঠক

আজিৰে(BJP) পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত দুদিনীয়া কার্যনির্বাহক বৈঠক। উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন। কার্যনির্বাহকতে ‘২৬ নিৰ্বাচনৰ ৰণকৌশল প্রস্তুত কৰিব গেৰুৱা দলটোৱে।ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত প্রথমখন কার্যনির্বাহক।

সমাগম ২৬ ৰ বিধানসভা নিৰ্বাচন।ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে বিজেপি দলে প্ৰস্তুত কৰিব ৰণনীতি ৰণকৌশল।সাংসদ দিলীপ শইকীয়াই বিজেপি দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা।
সভাত ৯০০ জন প্ৰতিনিধিয়ে কৰিব অংশগ্ৰহণ। এই সভাখন উদ্বোধন কৰিব ৰাষ্ট্ৰীয় কাৰ্য্যকৰী সভাপতিয়ে।। উপস্থিত থাকিব ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক।

Related Articles