August 12, 2024 বঙাইগাঁৱত পথ দুৰ্ঘটনাত থিতাতে বিজেপি নেতা লুভাস বৰ্মন… Share FacebookTwitterWhatsAppTelegramKooEmail বঙাইগাঁৱত পথ দুৰ্ঘটনাত বিজেপি নেতাৰ মৃত্যু। দুৰ্ঘটনাত থিতাতে নিহত বিজেপি নেতা লুভাস বৰ্মন। বঙাইগাঁও জিলা বিজেপিৰ উপ-সভাপতি আছিল লুভাস বৰ্মন। বঙাইগাঁৱৰ কাকৈজানাত সংঘটিত হৈছিল পথ দুৰ্ঘটনা। মৃত লুভাস বৰ্মনৰ ঘৰ চিদলস্বতী খৰাপাৰাত। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক দৈনন্দিন বাৰ্তা - December 13, 2025