August 12, 2024 বঙাইগাঁৱত পথ দুৰ্ঘটনাত থিতাতে বিজেপি নেতা লুভাস বৰ্মন… Share FacebookTwitterWhatsAppTelegramKooEmail বঙাইগাঁৱত পথ দুৰ্ঘটনাত বিজেপি নেতাৰ মৃত্যু। দুৰ্ঘটনাত থিতাতে নিহত বিজেপি নেতা লুভাস বৰ্মন। বঙাইগাঁও জিলা বিজেপিৰ উপ-সভাপতি আছিল লুভাস বৰ্মন। বঙাইগাঁৱৰ কাকৈজানাত সংঘটিত হৈছিল পথ দুৰ্ঘটনা। মৃত লুভাস বৰ্মনৰ ঘৰ চিদলস্বতী খৰাপাৰাত। Author: দৈনন্দিন বাৰ্তা Related Articles নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026 ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026