Breaking

বিজেপি নেতৃত্বাধীন এন ডি এয়ে দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে

0 2,069

বিজেপি নেতৃত্বাধীন এন ডি এয়ে দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে
বিজেপি নেতৃত্বাধীন এন ডি এয়ে আগন্তুক নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে দ্ৰৌপদী মুৰ্মুকৰ নাম ঘোষণা কৰিছে।


“প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা জনজাতীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হৈছে। আমি দ্ৰৌপদী মুৰ্মুক আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো,” প্ৰতিবেদন অনুসৰি বিজেপি প্ৰধান জে পি নাড্ডাই কয়।
মুৰ্মু ২০১৫-২০২১ বৰ্ষৰ পৰা ঝাৰখাণ্ডৰ প্ৰাক্তন ৰাজ্যপাল আছিল।৬৮ বছৰীয়া দ্ৰৌপদী মুৰ্মু উৰিষ্যাৰ নিবাসী।

Leave A Reply