Breaking

ডিব্ৰুগড়ত বিজেপি সংখ্যালঘু মৰ্চাৰ সম্বৰ্ধনা অনুষ্ঠান…

0 31

ডিব্ৰুগড়ত বিজেপি সংখ্যালঘু মৰ্চাৰ সম্বৰ্ধনা অনুষ্ঠান। আজি বিজেপি ডিব্ৰুগড় জিলা সংখ্যালঘু মৰ্চাৰ এক বিষেশ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৫০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক বিষেশ সম্বৰ্ধনা জনাই জিলা সংখ্যালঘু মৰ্চাই।উল্লেখ্য যে বিজেপি জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ছাজ্জাদ ৰছিদ হ’কৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হোৱাৰ লগতে নিজৰ মনৰ আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হয়।

উক্ত অনুষ্ঠানত বিজেপি ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰশান্ত গগৈ, লালুকগাঁও মছজিদ পৰিচালনা সমিতিৰ সভাপতি ৰহিমদ্দিন আহমেদকে আদি কৰি বিজেপি ডিব্ৰুগড় জিলা সমিতি আৰু জিলা সংখ্যালঘু মৰ্চাৰ বহু কেইজন কাৰ্যকৰ্তা উপস্থিত থাকে।

Leave A Reply