Breaking

বিজেপি ST, SC, OBCৰ সমর্থকঃ অমিত শ্বাহ

0 14

নিৰ্বাচনী প্ৰচাৰৰ চলাবলৈ সোমবাৰে অসমত উপস্থিত হয় দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ।

আজি গুৱাহাটীৰ বাজপেয়ী ভৱনত অমিত শ্বাহে সম্বোধন কৰে সংবাদমেল।

সংবাদমেলত অমিত শ্বাহে কয় যে দুটা পৰ্যায়ৰ নিৰ্বাচনত দেশত ১০০তকৈ বেছি আসন পাম। আনহাতে কৰ্ণাটক, তেলেংগানা, তামিলনাডু, কেৰালাতো সমৰ্থন পাইছো। আনকি অসমতো ১২ খন আসন লাভ কৰিম বুলি মন্তব্য কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অসমত বিজেপিক লৈ জনতাৰ বিশ্বাস বৃদ্ধি হৈছে।

আনহাতে বিজেপি ST, SC, OBCৰ সংৰক্ষণৰ সমৰ্থক বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

সংখ্যালঘুক লৈ কংগ্ৰেছে সদায়েই ৰাজনীতি কৰে বুলিও কয় অমিত শ্বাহে।

Leave A Reply