ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড়ত বিজেপিৰ প্ৰচণ্ড বহুমত ! জয়ৰ দিশে আগবাঢ়িছে বিজেপি…

মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা বিজেপিৰ বাবে আহিছে ভাল খবৰ, মধ্যপ্ৰদেশত বিজেপিৰ প্ৰচণ্ড বহুমত,

ছত্তীশগড়তো সলনি হৈছে পৰিৱেশ, একমাত্ৰ তেলেংগানাতহে কংগ্ৰেছৰ অগ্ৰগতি,

সময় যিমানেই গৈছে সিমানে সলনি হৈছে পৰিৱেশ । পুৱা ৮ বজাৰ আৰম্ভ হোৱা ভোটগণনাই ৩ ঘণ্টা অতিক্ৰম কৰিছে।

Related Articles