ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা BMW বাহন, ৩৬ লাখ নগদ ধন জব্দ EDৰ…

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ বাসগৃহৰ পৰা ৩৬ লাখ নগদ ধন জব্দ EDৰ।

EDয়ে জব্দ কৰে ছোৰেনৰ BMW বাহন।

মুখ্যমন্ত্ৰীগৰাকীৰ দিল্লীস্থিত বাসগৃহত EDৰ ধাৰাবাহিক তালাচী।

হেমন্ত ছোৰেনৰ বাসগৃহ, ৰাজভৱন, ED কাৰ্যালয়ৰ ১০০ মিটাৰলৈ ১৪৪ জাৰি।

Related Articles