February 19, 2024 কামাখ্যা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ… Share FacebookTwitterWhatsAppTelegramKooEmail মহানগৰীত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ। কামাখ্যা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰত উদ্ধাৰ মৃতদেহটো। বৰ্তমানেও মৃত লোকজনৰ পৰিচয় পোহৰলৈ অহা নাই। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি । XASIPOTIYA PUTHI দৈনন্দিন বাৰ্তা - July 23, 2025 জৈৱিক কৃষিৰে বহিঃৰাজ্যত বজাৰ দখল গোলাঘাটৰ কৃষকৰ । Golaghat দৈনন্দিন বাৰ্তা - July 10, 2025 Bageshwar Dham বাগেশ্বৰ ধামত দুৰ্ঘটনা: দেৱাল খহি এজন ভক্তৰ মৃত্যু, আহত ১২ জন দৈনন্দিন বাৰ্তা - July 8, 2025