Breaking

খৈৰাবাৰীত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ

0 2,253

প্ৰাপ্ত খৱৰ অনুসৰি ওদালগুৰি জিলাৰ খৈৰাবাৰী থানা অন্তৰ্গত খৈৰাবাৰীৰ পৰা গৰেশ্বৰ যোৱা পথৰ মাজৰগাঁ‌ৱত ৰবিবাৰে নিশা দুৰ্বিত্তই কোনোৱা অচিন ব্যক্তিক ডিঙি কাটি হত্যা কৰি থৈ যোৱা অৱস্থাত আজি পুৱা স্থানীয় লোকে অচিন মৃতদেহটো  প্ৰ্ত্যক্ষ কৰি মাজৰগাঁ‌ও ভিডিপিৰ সহায়ত খৈৰাবাৰী আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত খৈৰাবাৰী  আৰক্ষী  উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ।বৰ্তমান মৃতদেহটো চিনাক্তকৰণ  হোৱা নাই যদিও আনুমানিক ৩৫ বছৰীয়া ডেকা যুৱক বুলি জানিব দিয়ে আৰু তদন্ত পক্ৰিয়া অব্যাহত ৰাখিছে।

Leave A Reply