নলবাৰী জিলাৰ কাপলাবড়ীত মৃতদেহ উদ্ধাৰ…


কাপলাবড়ী বজাৰ গৃহত উদ্ধাৰ হৈছে মৃতদেহটো। ৰংচোৱা মথাউৰি নিবাসী তৰুণ বৰ্মণৰ পুত্ৰ তপন বৰ্মণৰ(১৮/১৯ )বছৰীয়া বুলি জানিব পৰা গৈছে।

মৃত্যুৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্হিত হৈ মৃতদেহটো মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Related Articles