নলবাৰীৰ বেলশৰৰ ভৈৰাত পথাৰত মাজত মৃতদেহ উদ্ধাৰ

নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত ভকতৰ মাহাজনৰ পুখুৰীৰ কিছু নাতি দুৰৈত আজি স্হানীয় ৰাইজে ৰাতিপুৱা প্ৰত্যক্ষ কৰে এটা উৱলি যোৱা মৃতদেহটো

বৰ্তমানলৈ চিনাক্ত হোৱা নাই উৱলি যোৱা মৃতদেহটো

পিন্ধনত চাৰ্ট আৰু গামোচা পৰিহিত মৃতদেহটো বিগত কিছুদিন পুৰ্বে কোনো লোকে হত্যা কৰি এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ কৰে স্হানীয় লোকে

নলবাৰীত এনেদৰে সঘনাই হৈ থকা হত্যাকাণ্ডই জিলা বাসীক শংকিত কৰা পৰিলক্ষিত হৈছে

Related Articles