Breaking

লাহৰীঘাটৰ দোৱামাৰীত বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ

0 2,239

মৰিগাঁও জিলাৰ  লাহৰীঘাটৰ দোৱামাৰী গাঁৱত বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ।যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱজন।মৃত যুৱক জনৰ নাম জিন্নাতুল ইছলাম,বয়স ২৮ বছৰ।যুৱক জনক কোনো লোকে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকে।শনিবাৰে মৃতদেহটো উদ্ধাৰ হয় ঘৰৰ পৰা প্ৰায় ডেৰশ মিটাৰ দূৰত্বত। সম্প্রতি লাহৰীঘাট থানাৰ আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ তদন্ত কৰি আছে। 

Leave A Reply